KABER Solution-এ লৈ আহিছে সম্পূৰ্ণ প্ৰাকৃতিক আৰু আয়ুৰ্বেদিক সমাধান। আমাৰ লক্ষ্য হৈছে অসমৰ প্ৰতিটো ঘৰলৈ শুদ্ধতা আৰু সুস্বাস্থ্য কঢ়িয়াই অনা।
সমগ্ৰ অসমত দ্ৰুত হোম ডেলিভাৰীৰ সুবিধা।
কোনো কেমিকেল নোহোৱা শুদ্ধ সামগ্ৰী।
আয়ুৰ্বেদিক বিশেষজ্ঞৰ সঠিক পৰামৰ্শ।
আমাৰ Affiliate Partner হওক আৰু ঘৰত বহিয়েই KABER-ৰ প্ৰডাক্টসমূহ প্ৰম'ট কৰি আকৰ্ষণীয় কমিশন উপাৰ্জন কৰক।
নগাঁও, অসমৰ পৰা পৰিচালিত আমাৰ এই যাত্ৰাত আপোনাক স্বাগতম।
অসমৰ উৰ্বৰ মাটিত উৎপাদিত ঔষধি গছ আৰু প্ৰাকৃতিক উপাদানৰ পৰা প্ৰস্তুত কৰা হয় আমাৰ প্ৰতিটো সামগ্ৰী।
অসমৰ যিকোনো প্ৰান্তৰ গ্ৰাহকক ২-৪ দিনৰ ভিতৰত সামগ্ৰী যোগান ধৰিবলৈ আমি দায়বদ্ধ।
অসমৰ যুৱক-যুৱতীসকলৰ বাবে আমাৰ সৈতে যোগ দি ঘৰতে বহি উপাৰ্জন কৰাৰ এক বিশেষ সুবিধা।
Kaber Solution Private Limited - পঞ্জীয়নভুক্ত কাৰ্যালয়: নগাঁও, অসম (782125)।
আমি আয়ুৰ্বেদিক যত্ন আৰু জৈৱিক খাদ্যৰ জৰিয়তে এটা সুস্থ সমাজ গঢ়িবলৈ সংকল্পবদ্ধ।
Official Business & Operations Account
