Kaber Ayurveda Daily Routine
২ গিলাচ গৰম পানীত Panch Tulsi Amrit মিহলাই খাওক। ই পেট চাফা কৰে।
দালিয়া, ওটছ বা ফল-মূল খাওক। তেল কমকৈ খাব।
দুপৰীয়াৰ সাজ খোৱাৰ আধা ঘণ্টা আগতে NAM-LIV D.S. Capsule এটা খাওক। ই হজম শক্তি বঢ়ায় আৰু লিভাৰক সুৰক্ষা দিয়ে।
ভাত, ডালি, শাক-পাচলি আৰু সৰু মাছ। তেল-মছলা কমকৈ খাব।
গ্ৰীণ টি (Green Tea) আৰু Revitex Capsule এটা খাওক। ই শৰীৰৰ দুৰ্বলতা দূৰ কৰে।
ৰাতি লঘু আহাৰ (ৰুটি-তৰকাৰী) খাব। শোৱাৰ ১ ঘণ্টা আগতে গাখীৰ খাব পাৰে।
Kaber Ayurveda Daily Routine
২ গিলাচ গৰম পানীত Panch Tulsi Amrit মিহলাই খাওক।
দালিয়া, ওটছ বা ফল-মূল খাওক। তেল কমকৈ খাব।
ভাত, ডালি, শাক-পাচলি আৰু সৰু মাছ। পানী ৩০ মিনিট পিছত খাব।
গ্ৰীণ টি (Green Tea) আৰু Revitex Capsule এটা খাওক।